এনেবোৰ হিলাৰিয়াছ নাচে কি বুজায় বাৰু, এবাৰ উপভোগ কৰক হেঁপাহেৰে

 

তুমি চাগে লক্ষ্য কৰিছাঁ নিচ্চই যিমান হত কচটিওম পৰিধান কৰি চেক্সী ডাঞ্চ দিয়ে সিমানে সেই বোৰ লোকাই অলপ হ'লেও চোৱাৰ মনটোক আমেজেই বেলেগ নহয়জানো☺️

এনে কিছুমান চেক্সী ছোৱালীৰ ডাঞ্চ উপভোগ কৰিব পাৰিবা এতিয়াও 😋

Notice: Video can use entertainment purpose only.

ৱাও, ইয়াতেই ক'ব পাৰি " ক্যা মজেদাৰ চিন হে যে ভাই" 

মজা আ গ্যা🤣🤣🤣নহয় জানো?

আচলতে এনেদৰে হিলাই তোলা কিছুমান নাচে বিপৰীত লিংগৰ কিছুমান চিন্তা, ভাৱ, চাৱনী আৰু কিছুমান দিশত বেলেগ কৈ প্ৰভাৱ পেলায়। এয়া আছিল কিছুমান বিশেষজ্ঞৰ তথ্য।


আজিকালি এই দৰে উৎপীড়ন জগাই তোলা নাচে ভৰি পৰিল instagram আৰু আন আন বহুতো চচিয়েল মিডিয়া প্লেটফৰ্মত। এয়া এক প্ৰতিযোগিতাৰ মাধ্যম যেন ভাৱিব ল'লে। "বুলে তুমি আজি নাভি উলিয়ায় দেখাই ৬০০০ ওপৰত লাইক, ভিও পালা, মই অলপ ডামি ব্ৰা লাই দেখাম, মোৰটোত তাইতকৈ বেছি আহিব।"___ কি যে হৈ পৰিছে মডাৰ্ণৰ নামত😂 এনেকোৱা কিছুমান হাফ্পেন্ট লগাই পেন্টিৰ নাম দিম নে হাফ্পেন্টৰ নাম ওপৰৰ জনে জানে আৰু। তাকো পিন্ধি সেই সকলৰ মন নভৰে, ফল'ৱাৰ, লাইকৰ আশাত গুপ্তাংগ ওলাই ৰাও ওলাই যাও কৰাকৈ ভৰি মেলি দেখাই। তাতে কমেন্ট আহে "ভন্টি তুমি 🔥🔥 বা তুমি 🔥🔥" বাস কি চাপৰ্ট পাই বে🤔


কেৱল entertainment ৰ বাবে ভিডিঅ' ব্যৱহাৰ কৰা হৈছে

 এদিন মা ৰ এই নাচ চাই সন্তানেও বিকিনি পিন্ধি যুজত নামি পৰিব। 

নৰমেল ভাৱে নাচিলে মনটো ভাল নেলাগে নেকি এই বিকিনি ষ্টাৰ বোৰৰ🤔 কিয় ইমান তললৈ গিৰিব লৈছে, নাৰীৰ চৰিত্ৰত এনেবোৰ মহিলাই দাগ আনিবলৈ ধৰিছে।


মোঠতে সমাজৰ গতি এনে দিশেৰে আকৰ্ষণীয় হ'ব লাগে য'ত তল চামেও ভালৰ দিশেৰে যায়। এইবোৰ ৱেবচিৰিছৰ ওলংগ নাচে কি দিয়ে? নে এনে ভাবি কৰা " মোৰ ভৰিৰ পিট বগা, বুকু বগা, তিকাবোৰ আকৰ্ষণীয়, ডুডু বোৰ আকৰ্ষণীয়..." নে কি?


পঢ়িবলৈ অসুবিধা হৈছে নেকি ডুডু বুলি কোৱা হৈছে কাৰণে, লাজ কিহৰ? এনেবোৰ চাই যদি লাইক মাৰি আৰু উৎসাহ দি এতিয়া ভদ্ৰতাৰ শব্দ বিচাৰিলে নোসুৱাই।

Next Post Previous Post
No Comment
Add Comment
comment url