Instagram ত এট্ৰেক্টিভ হত প'জেৰে ফ'ল'ৱাৰ বঢ়াই তোলা কিছুমান চেক্সী ছোৱালীৰ বিবৰণ

নতুন ট্ৰেণ্ড Instagram user বেছিভাগ ছোৱালীৰ। কাপোৰ পিন্ধিবলৈ পাহৰি যায় আৰু আকৰ্ষণীয় প'জ দি হিলাৰিয়াছ কৰি তোলে চচিয়েল মিডিয়াত। তুমি চাগে লক্ষ্য কৰিছাঁ নিচ্চই....

আন এক বিজ্ঞাপনৰ মতে বিশেষজ্ঞ সকলৰ অনুসন্ধানত স্পষ্ট হৈ পৰে যে Instagram user ৮০% ত কৈও অধিক বেছি followers থকা তালিকাত ছোৱালীৰ সংখ্যা অধিক। য'ত ফিল্মৰ এক্তৰৰ দৰে নিজকে মোহিত আবদ্ধ ৰাখি তল ওপৰৰ কাপোৰৰ ব্যৱহাৰেই সলনি কৰি তুলিছিল। ইয়াৰ উপৰিও কিছুমান চেক্সী নাচ আৰু অৰ্ধ ওলংগ হৈ তল ওপৰৰ অংশ হিলাই নিজকে public figure আখ্যা দিবৰ মানসেৰে প্ৰতিযোগিতাত নামি পৰে।

আনহাতে দেখাক দেখি কুকুৰে হালখতি মনোৱাৰ দৰে বহুতো ছোৱালীৰ বিবৰণ কবলৈ গলে ভাষা নাই আজি। ⚠️Followers only Followers! 

কিমান আৰু তললৈ গিৰিব? প্ৰশ্ন উত্থাপন কৰে আজি গ্ৰুপে গ্ৰুপে হাজাৰ হাজাৰ জনতাৰ মাজত।


তুমিও সেই ৮০%ৰ ভিতৰৰ এজন নেকি? যদি হয় তেন্তে ভাল দিশেৰে জিলিকি উঠা এই দৰে উৎপীড়ন জগাই নহয়। Fan ভাল দিশেৰে আকৰ্ষণ কৰি কাষলৈ আনা, এই দৰে উৎপীড়ন জগাই sex উঠোৱা কৰ্মৰে নহয়। 


তাতে যদি অলপ বেলেগ ভাষাত "তুমি চেক্সী , ইত্যাদি ইত্যাদি ..." বুলিও যদি কমেণ্ট যায়, তেতিয়া কিন্তু হৈ পৰে আন এক পৰিস্থিতিত। মুঠতে কাপোৰ পিন্ধি তুলা ফটো আৰু একাউণ্ট ৰ ফল'ৱাৰতকৈ কাপোৰ খুলি হিলাই তোলা চ'ছিয়েল মিডিয়া একাউণ্ট ইউজাৰৰ ফল'ৱাৰৰ সংখ্যা অধিক।

 

তেনে ধৰণৰ কিছু উত্তেজনা সৃষ্টি কৰা উৎপীড়ন জগাই তোলা কিছুমান একাউণ্টৰ লিষ্ট তলত দিয়া হ'ল....

আন কিছুমান চেক্সী ছোৱালীৰ ফটো

Next Post Previous Post
No Comment
Add Comment
comment url