আপোনাৰ সন্তানে ম'বাইল ফোনৰ বেয়া ব্যৱহাৰ কৰিছে নেকি? সতৰ্ক হওঁক

 

ম'বাইল ফোনৰ ক্ষতিকাৰক ব্যৱহাৰ

 আপোনাৰ সন্তানে আধুনিক ম'বাইল ফোন ব্যৱহাৰ কৰে নেকি, যদি ব্যৱহাৰ কৰে তেন্তে সতৰ্ক হওঁক। আপোনাৰ ১৮ বছৰীয়া তলৰ সন্তানে নিচ্ছই ম'বাইল ফোনৰ ব্যৱহাৰ কৰে গেমিং, ব্ৰাউজ আৰু হয়তো চচিয়েল মিডিয়াত বহুলভাৱে ব্যৱহাৰ কৰে। কিন্তু আপোনাৰ চকুত ধৰা নপৰাকৈ বহুতো কাম হয়তো কৰিব পাৰে, কিন্তু মন কৰিব সেই লোকাই কৰা কাম বোৰ যাতে ক্ষতিকাৰক নহয়। গতিকে বিজ্ঞান প্ৰযুক্তিৰ উন্নতিৰ লগে লগে আপোনাৰ সন্তান আৰু নৱ প্ৰজন্মৰ চিন্তা চৰ্চা, আৰু ভাল দিশৰ বাবে তনকীয়াল কৰি তুলাতো আপোনাৰ কৰ্তব্য।

Bad use of internet & smart phone

       বৰ্তমান নিউজ, চচিয়েল মিডিয়া প্লেটফৰ্মত, YouTube আদি বহুতত আপুনি শুনিবলৈ পাইছে ধৰ্ষণ, অপ কৰ্ম, আৰু আন আন বেয়া খবৰ। কিন্তু ইয়াৰ কাৰণ কি, কিয় এনেকুৱা হৈছে তাৰ বাবে সচেতন হোৱাটো প্ৰয়োজনীয় হৈ পৰিছে। ম'বাইল ফোনৰ জৰিয়তে বৰ্তমান বিলাতী নীলা ছবি ৰ উপভোগৰ ফলত মানুহ বোৰৰ মানসিকতাৰ ওপৰত বিশেষ প্ৰভাৱ আহি পৰিছে।



কি দৰে আপুনি আপোনাৰ নৱ প্ৰজন্ম বা সন্তানৰ ব্যৱহাৰ কৰা ফোনত বিলাতী নীলা ছবিৰ পৰা দূৰত্ব ৰাখিব 
  এই ছবিখনে শাৰীৰিক সম্পৰ্কৰ প্ৰতি আকৰ্ষিত কৰে আৰু মানসিক ভাৰসাম্য হেৰুৱাই পেলায় আৰু সমাজত ইয়াৰ প্ৰভাৱ বেয়াকৈ আহি পৰে। এনেবোৰ ছবি অথবা photo বোৰ মুকলিকৈ উপলব্ধ নহয় যদিও আধুনিকতাই ইয়াক সহজে পোৱা কৰি তুলিছে। গতিকে আপোনাৰ সাৱধানতাই আপোনাৰ সন্তান, সমাজ সংস্কাৰ সুন্দৰ কৰি তুলিব।
Next Post Previous Post
No Comment
Add Comment
comment url