আপোনাৰ সন্তানেও ম'বাইল ব্যৱহাৰ কৰে নেকি? ম'বাইলত আপোনাৰ সন্তানে 🔞১৮+ ছবি চাই নেকি লক্ষ্য কৰিব।।

বৰ্তমান Android internet 4g/5g ৰ যুগ । আপুনি অথবা আপোনাৰ সন্তানেও ম'বাইল ব্যৱহাৰ কৰে , কিন্তু ম'বাইলটোৰ এই তীব্ৰ পদ্ধতিৰ দ্বাৰা চলচ্চিত্ৰ জগতৰ মনোৰঞ্জনেই নহয় ব্যৱহাৰ কৰক কিছুমান ভাল কামত। 

আকৰ্ষণীয় বিষয় আৰু ছবি বোৰে আমাক বহুত গভীৰ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে বৰ্তমান ক্ষণত। ইন্টাৰনেট ৰ ব্যৱহাৰ ইমানেই তীব্ৰ গতিৰে চলিছে য'ত জগতৰ কোনো প্ৰান্তৰ ভাল বেয়া খবৰ আমি পলকতে জানিবলৈ সক্ষম হৈছোঁ। ইয়াৰে বৰ্তমান প্ৰবল ঢৌত চলিছে || Facebook আৰু Twitter|| এই দুটা প্লেটফৰ্মৰ বিষয়ে আপুনি বা এটা ৬/৭ বছৰৰ শিশুৰ মাজতো শুনিবলৈ পোৱা যায়। কিন্তু বিজ্ঞানৰ উন্নতিৰ শিখৰত এইবোৰৰ জৰিয়তে ক্ৰমান্বয়ে সমাজৰ মাজত বহুতো দু্ৰবস্থাই গ্ৰাস কৰিব লৈছে। ইয়াৰ মূল কাৰণ হ'ল আপুনি অথবা আপোনাৰ সন্তান বা আন এজনৰ প্ৰচাৰিত কিছুমান অব্যক্ত post আৰু চিন্তা। 

আপোনাৰ সন্তানে নীলা ছবি চাই নেকি?
অলপ সজাগ আৰু সচেতন হওঁক..



       বিজ্ঞান প্ৰযুক্তি ৰ যুগে যিমানেই কঠিনতাক সহজ কৰি তুলিছে প্ৰযুক্তিৰ জৰিয়ে সিমানেই মানৱৰ মাজত ইয়াৰ ব্যৱহাৰে অপ কৰ্ম আৰু তুচ্ছ চিন্তাৰ আসক্তিয়ে গ্ৰাস কৰিছে। গতিকে আপোনাৰ লগতে আপোনাৰ ঘৰৰ ম'বাইল ইন্টাৰনেট ব্যৱহাৰকাৰী সকলক সু-পথেৰে এটা ভাল দিশেৰে চিন্তাৰে এই প্ৰযুক্তি ব্যৱহাৰত চকু ৰখা উচিত। 

      আপোনাৰ সৎ চিন্তা আৰু দৃষ্টিয়ে আপোনাৰ লগতে সমাজৰ হাজাৰ জনৰ চিন্তা আৰু দৃষ্টিক সৎ কৰি তুলিব পাৰে। গতিকে ১৮+ 🔞 ধৰণৰ আকৰ্ষনীয় মনোৰঞ্জনত পৰি তাতে অসৎ দিশত গতি নলয় তাৰ বাবে সচেতন হোৱাটো আপোনাৰ দায়িত্ব।
Next Post Previous Post
No Comment
Add Comment
comment url