ভাৰতীয় অসামৰিক সেৱাৰ প্রতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্ন কাকত

 

প্ৰশ্ন কাকতৰ সবিশেষ

 


পৰীক্ষাৰ বিষয়ে

প্রিলিমিনেৰী বা প্ৰাৰম্ভিক পৰীক্ষা : এয়া এক লিখিত পৰীক্ষা। ইয়াত সাধাৰণ জ্ঞান আৰু যিকোনো এটা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হয়। এই দুখন কাকত হ'ল—

প্রথম কাকতঃ এই কাকতত থাকিব ভাৰত তথা আন্তৰাষ্ট্ৰীয় সাম্প্রতিক ঘটনাবলী, ভাৰতৰ বুৰঞ্জা, ভাৰতৰ স্বাধীনতা আন্দোলন, ভাৰত আৰু পৃথিৱীৰ ভূগোল, ভাৰতৰ আৰু পৃথিৱীৰ সামাজিক আৰু অৰ্থনৈতিক ভূগোল। ভাৰতৰ শাসন ব্যৱস্থা আৰু চৰকাৰ, সংবিধান, ৰাজনৈতিক ব্যৱস্থা, পঞ্চায়তীৰাজ, ৰাজহ্বা ব্যৱস্থা, অধিকাৰ আদি। অর্থনৈতিক সামাজিক ব্যৱস্থাসমূহ তথা বিকাশ, সম্পদ, জনসংখ্যা সমস্যা, পৰিৱেশ সমস্যা, বতৰৰ পৰিবর্তন, সাধাৰণ জ্ঞান আদি।

দ্বিতীয় কাকত : এই কাকতত ইংৰাজী কমপ্রিহেনছন, কমিউনিকেছন স্কিল, লজিকেল

বিজনিং, এনালাইটিকেল এবিলিটি, ডিচিছন মেকিং এগু ছোলভিং, জেনেৰেল মেণ্টেল এবিলিটি, বেছিক নিউমারিকেল এবিলিটি (দশম শ্রেণী পৰ্যায়ৰ), ডেটা ছাফিচিয়েন্সি দশম

শ্ৰেণী পৰ্যায়ৰ, ইংৰাজী ভাষা আৰু কমপ্রিহেনছন। মেইন বা মূল পৰীক্ষা : ইয়াত থাকে ৯ খন প্রশ্নকাকত আৰু এই পৰীক্ষা ৰচনাধর্মী।

প্ৰতিখনৰ মুঠ সময় তিনি ঘণ্টাকৈ।

প্রথম কাকত : সংবিধানৰ স্বীকৃত যিকোনো এটা ভাৰতীয় ভাষা। ইয়াত ইংৰাজীকো

অন্তভুক্ত কৰা হৈছে। মুঠ নম্বৰঃ ৩০০।

দ্বিতীয় কাকত : ইংৰাজী বিষয়ৰ মুঠ নম্বৰ ৩০০। তৃতীয় কাকত : ৰচনা ২৫০ নম্বৰৰ

চতুৰ্থ আৰু পঞ্চম কাকত : সাধাৰণ জ্ঞানৰ। প্ৰতিখনতে ২৫০ নম্বৰকৈ।

ষষ্ঠ কাকত : সাধাৰণ জ্ঞান ২৫০ নম্বৰৰ

সপ্তম কাকত : সাধারণ জ্ঞান ২৫০ নম্ব অষ্টম কাকত : ঐচ্ছিক বিষয়, প্রথম কাকত ২৫০ নম্বৰৰ।

নৱম কাকত : ঐচ্ছিক বিষয়, দ্বিতীয় কাকত, ২৫০ নম্বৰৰ।

ঐচ্ছিক বিষয় তলৰ যিকোনো এটা (১) এগ্রিকালচাৰ (২) এনিমেল হাজবেণ্ডী, (৩) এনিমেল হাজবেন্দ্রী এণ্ড ভেটেৰিনাৰী ছায়েন্স (৪) এনথ্রোপলজি (৫) বোটানী (১০) ইলেকট্রিকেল ইঞ্জিনিয়াৰিং (১১) জিঅ'গ্ৰাফী (১২) জিঅ'লজি (১৩) ইতিহাস (১৪) প্রাণী বিজ্ঞান (১৫) পৰিসংখ্যা বিজ্ঞান (১৬) সমাজ বিজ্ঞান (১৭) মনোবিজ্ঞান (১৮) ৰাজনীতি বিজ্ঞান (১৯) পদার্থ বিজ্ঞান (২০) দর্শন (২১) মেনেজমেণ্ট (২২) গণিত (২৩) আইন (২৪) মেকানিকেল ইঞ্জিনিয়াৰিং (২৫) চিকিৎসা বিজ্ঞান (২৬) ৰাজনীতি বিজ্ঞান আৰু ইণ্টাৰনেচনেল ৰিলেচন (২৭) সাহিত্য (এইকেইটা ভাষাৰ : অসমীয়া, বাংলা, বড়ো, টুহি, মালায়ালম, হিন্দ, ইংৰাজী, তামিল, গুজৰাটী, কানাড়া, কাশ্মিৰী, কংকনী, মৈথিলী, মণিপুৰী, মাৰাঠি, নেপালী, উৰিয়া, পাঞ্জাবী, সংস্কৃত, চাঁওতালি, সিন্ধী, উর্দু, তেলুগু।)

(৬) কেমিস্ট্রি (৭) চিভিল ইঞ্জিনিয়াৰিং (৮) কমার্চ এণ্ড একাউনটেন্সি (৯)ইকনমিকছ

কেৱল ইংৰাজী কাকতখনৰ বাদে বাকী সকলো প্ৰশ্নৰ উত্তৰ প্ৰাৰ্থীয়ে যিকোনো ভাষাতে পাৰে। দেহৰ কাৰ্য সঞ্চালন কৰিবৰ অসুবিধা থকা লোকক প্রতি ঘণ্টাত ২০ মিনিটকৈ সময়

অতিৰিক্তভাৱে দিয়া হয়।
মূল পৰীক্ষাৰ দ্বাৰা একোজন প্ৰাৰ্থীৰ বুজন ক্ষমতা কিমান আছে সেবা শক্তি বিজ্ঞান সেইবোৰছে চোৱা হয়। একোজন প্ৰাৰ্থীৰ কিমান তথ্য জন্য আছে তাক বিচাৰ কৰা নহয়। সাধাৰণ জ্ঞানৰ প্ৰাপত্ৰত বিভিন্ন ধৰণৰ সাম্প্রতিক ঘটনাৰ তুলনামূলক প্রশ্ন থাকে। তুলনা বিশ্লেষণ, প্ৰয়োগৰ জ্ঞান কিমান জানিবৰ চেষ্ট করা হয়।

প্রথম আৰু দ্বিতীয় প্রশ্ন কাকত হাইস্কুল শিক্ষান্ত পৰ্যায়ৰ আৰু নিশ্চিতভাৱে উ হোৱাৰ সুযোগ যথেষ্ট। তদুপৰি উত্তৰ-পূৰ্বাঞ্চলৰ অসমক বাদ দি, বাকীকেই বা ৰাজ্যৰ বাবে প্রথম প্রশ্ন কাকত বাধ্যতামূলক নহয়। মূল পৰীক্ষাৰ পাছত অনুষ্ঠিত হয় পাচনেল ইন্টাৰভিউ। ইয়াত থাকে ২৭৫ নম্বৰ।

এই পাৰ্চনেল ইণ্টাৰভিউ বা সাক্ষাৎকাৰৰ জৰিয়থে শিক্ষাৰ্থীৰ ব্যক্তিত্ব তথ্য অন্যান্য শিসমূহ চোৱা হয়।
Next Post Previous Post
No Comment
Add Comment
comment url