আলিয়া ভাটৰ বাবে "আৰ" শব্দটোৰ গুৰুত্বতা কিমান? এই "আৰ" হয় কি?




‘ট্রিপল আৰ’ নামৰ চিনেমাখনৰ ট্ৰেইলৰ মুক্তিৰ সংবাদমেলত সাংবাদিকসকলে অভিনেত্রী আলিয়া ভাটক প্রশ্ন কৰিছিল যে তেওঁৰ জীৱনত ‘আৰ' শব্দৰ গুৰুত্ব কিমান। এই প্রশ্নটোত সাংঘাতিকভাৱে অপ্রস্তুত হৈ পৰিছিল আলিয়া।

 


উত্তৰ দিবলৈ গৈ আলিয়াই ক'লে যে তেওঁ ষ্টাম্পড আউট। বুদ্ধিদীপ্ত প্রশ্নৰ এটা বুদ্ধিদীপ্ত উওৰ তেওঁ বিচাৰি কোৱা নাই বুলি সাংবাদিকক ক'লে আলিয়াই। 




অৱশেষত সাংবাদিকৰ হেঁচাত আলিয়াই ক’লৈ যে ‘আৰ’ এটা অত্যন্ত ভালপোৱা আখৰৰ দৰে। উল্লেখযোগ্য যে আগন্তুক বৰ্ষৰ এপ্ৰিল মাহত বিবাহপাশত আবদ্ধ হ’ব ৰণবীৰ-আলিয়া। 
Next Post Previous Post
No Comment
Add Comment
comment url