প্ৰিয়ংকাৰ তিক্ত অভিজ্ঞতা প্ৰকাশ কৰিছে বুকুত বহু সাহস লৈ

 

প্ৰিয়ংকাৰ তিক্ত অভিজ্ঞতা
>


নিজৰ আত্মজীবনী 'আনফিনিছড’ত অভিনেত্রী প্রিয়ংকা চোপ্ৰাই জনাইছে যে কেৰিয়াৰৰ প্ৰাথমিক পর্যায়ত চলচ্চিত্র উদ্যোগত তেওঁ বহু অবাঞ্ছিত ঘটনাৰ সম্মুখীন হ'ব লগা হৈছিল। প্ৰিয়ংকাৰ মতে, এটা গানৰ দৃশ্যত পৰিচালকগৰাকীয়ে তেওঁক নির্দেশ দিছিল যে তেওঁৰ নৃত্যত যেন তেওঁৰ অন্তৰ্বাস দর্শকে দেখা পায় - তালৈ যেন প্রিয়ংকাই লক্ষ্য ৰাখে। এনে বহু স্বীকাৰোক্তি আছে প্ৰিয়ংকাৰ আত্মজীৱনীখনত৷ প্ৰিয়ংকাৰ মতে এনে বহু প্রজেক্টৰ পৰা তেওঁ ওলাই আহিব লগা হৈছিল। কিন্তু প্রকাশ্যে তেওঁ এই কথাবোৰ ক'ব পৰা নাছিল। আত্মজীৱনীখনত উল্লেখ কৰা মতে– এটা সোমাই থকাৰ বাবেই তেওঁ তেতিয়া কথাবোৰ ছিষ্টেমৰ মাজত মুকলিকৈ ক'ব পৰা নাছিল।

Next Post Previous Post
No Comment
Add Comment
comment url