বিজ্ঞান প্ৰযুক্তি আৰু তন্ত্ৰ-মন্ত্ৰ আৰু এই বিচাৰত আইনৰ মতামত

 প্ৰযুক্তি বিদ্যাৰ অৱদানসমূহ লক্ষ্য কৰিলে আমি পাওঁ বিজ্ঞানৰ অগ্ৰগতি আৰু উন্নতি সচাঁকৈ অতুলনীয়।  কিন্তু বিজ্ঞানৰ যুগতো বৰ্তমান তন্ত্ৰ-মন্ত্ৰ ই এতিয়াও বিশেষ স্থান দখলেৰে আমাৰ মাজত চলি আহিছে। হয় বিজ্ঞানে কেৱল Practical আৰু Theory ৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু তান্ত্ৰিক বিদ্যাই মন্ত্ৰ আৰু কিছুমান পূৰ্বৰে পৰা প্ৰচলিত কৰ্ম আৰু শক্তি ৰ বিশ্বাসেৰে আমাৰ মাজত বেলেগ এটা স্থানত আছে।


হয় এই শক্তি বিজ্ঞানে আৰু শিক্ষিত শ্ৰেণী আৰু আইনীভাৱে এক অপ প্ৰচলিত আৰু অন্ধকাৰ শ্ৰেণীৰ লোক বুলি নগণ্য কৰে কিন্তু এই বিদ্যা আৰু ইয়াৰ ব্যৱহাৰ আপুনি দেখিলে সচাঁকৈ আপোনাৰ মন প্ৰাণ সকলো সলনি হৈ পৰিব ইয়াৰ ওপৰত। কিয়নো ইয়াৰ জৰিয়তে আমাৰ মাজত কিছুমান অবিশ্বাস্য কাম কৰাৰ উদাহৰণ আছে। ইয়াৰ বিষয়ে আমি কেতিয়াও সম্পূৰ্ণ ভাবে নুই কৰিব নোৱাৰি। যি দৰে আমি উন্নত বিজ্ঞানৰ যুগত খুজ দি ও অদৃশ্যমান ভগৱান ৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখোঁ ঠিক সেইদৰে আমি ইয়াকো নুই কৰিব নোৱাৰি। প্ৰবাদ আছে "ভাল থাকিলে বেয়া থাকিবই, ধনাত্মক থাকিলে ঋণাত্মকো থাকিবই" গতিকে এই শক্তিকো আমি গ্ৰহণ কৰি আহিছোঁ। কিন্তু আইনী ব্যৱস্থাৰ যোগেদি এই শক্তি আৰু ইয়াৰ জৰিয়তে হোৱা কিছুমান কৰ্মক আমি অপ প্ৰচাৰ বুলি বহুতো বাতৰি আৰু বিচাৰ দেখা পাইছোঁ। প্ৰকৃতাৰ্থত পূৰ্বৰে পৰা চলি অহা এই বিশ্বাস আৰু ইয়াৰ ব্যৱহাৰৰ প্ৰকৃত ব্যৱহাৰ আমাৰ সকলোৰে মাজত জ্ঞাত নহয় বাবে আৰু ইয়াৰ পৰা দূৰত ৰাখিবলৈ মানুহৰ মনৰ চিন্তা আৰু দৃষ্টি সলনিৰ বাবে আইনী ব্যৱস্থাই ইয়াক মানি লবলৈ বাধ্য নহয়। 

   ইয়াৰ বিষয়ে আমাৰ মাজত গুপ্ত ভাবে প্ৰচলিত হৈ অহা বাবে বৰ্তমান ইয়াৰ মূল্য আৰু ইয়াৰ ওপৰত কেৱল ঋণাত্মক দৃষ্টিৰে কথা প্ৰচাৰ হৈ আহিছে। 

উদাহৰণ স্বৰূপে আপোনাৰ প্ৰতি ঈৰ্ষা প্ৰেম ভালপোৱা নথকা এজন ব্যক্তিক আপোনাৰ প্ৰতি প্ৰেম জগাই তুলিব পাৰে এই শক্তি এ। শুনিবলৈ আচৰিত নহয়নে কিন্তু সত্য এনেবোৰ আচৰিত ঘটনা সংঘটিত কৰিব পৰাটো। আগলৈ পঢ়িবলৈ.....


Next Post Previous Post
No Comment
Add Comment
comment url