আপোনাৰ ম'বাইলৰ লগতে ম'বাইলত থকা সকলো Data & Details চিকিউৰিটি

 আপুনি আপোনাৰ ম'বাইলৰ লগতে ম'বাইলত থকা সকলো লাগতীয়াল চিক্ৰেট বস্তুৰ দাটা চিকিউৰ কৰক



আপুনি চাগে play store ত mobile virus cleaner নাইবা mobile cooler ইত্যাদি ইত্যাদি বিভিন্ন এপ্ বোৰ দেখিছে আৰু ব্যৱহাৰ কৰিছে । প্ৰকৃততে সেইবোৰ সঠিক ভাবে আপোনাৰ ম'বাইলৰ চিকিউৰিটি নিদিয়ে কিয়নো সেইবোৰ কেৱল system allow ৰ জৰিয়তে আপোনাৰ ডাটাৰ কিছুমান সালসলনি অথবা কিছুমান অলাগতীয়াল ডাটা আপোনাৰ জৰিয়তে আতৰাই তোলে। সেই বোৰ এপ্ ৰ ব্যৱহাৰে আপোনাক সুৰক্ষিত নকৰে।
 প্লে ষ্টুৰ ত উপলব্ধ প্ৰকৃত চিকিউৰিটি এপ্ বোৰৰ তালিকা তলত দিয়া হৈছে-
Antivirus software or Application:

১/ Avast
2/ Norton
3/ McAfee
4/ Norman
5/ Comodo
6/AVG
7/Avira Antivirus
8/Bitdefender 
9/Microsoft Security Essentials (MSE)
10/Ad-Aware Antivirus
11/Amiti 
12/Panda Protection
13/Baidu Antivirus




এইবোৰৰ জৰিয়তে আপোনাৰ ম'বাইলৰ চিকিউৰিটি দিব পাৰিব আৰু internet connection secure কৰিব পাৰিব। 
এই বোৰ software ৰ জৰিয়তে আপোনাৰ কম্পিউটাৰৰ লগতে ম'বাইল আৰু আপোনাৰ website ও secure 🔐 কৰি তুলিব পাৰে। 

এই এপ্ ত অলাগতীয়াল ডাটা আৰু temporary file বোৰ delete ৰ ব্যৱস্থা আছে আৰু বহুতো features আছে। 

কম্পিউটাৰ ভাইৰাছ চিনাক্ত আৰু আঁতৰাবলৈ এণ্টিভাইৰাছ ছফ্টৱেৰ বিকশিত কৰা হৈছিল সেয়েহে নামটো। অৱশ্যে, অন্যান্য মালৱেৰৰ প্ৰসাৰৰ সৈতে, এণ্টিভাইৰাছ ছফ্টৱেৰে অন্যান্য কম্পিউটাৰ ভাবুকিৰ পৰা সুৰক্ষা দিবলৈ আৰম্ভ কৰিছিল।  এতিয়া এই এণ্টিভাইৰাছে Android device ও সুৰক্ষিত কৰিবলৈ android version application play store ত উপলব্ধ ।


Next Post Previous Post
No Comment
Add Comment
comment url