ৰাশি ফল ২৮ নবেম্বৰ ২০২১, দেওবাৰ, ১১ আঘোণ আজিৰ খবৰ Nov 27, 2021 আজিৰ ৰাশি ফল মেষ ৰাশি: বিশেষ জৰুৰী কামত হাতত থকা ধন পৰ্যাপ্ত নোহোৱাত আনৰ পৰা সহায়। ল'ব লগা হ'ব পাৰে। ৰাশিৰ ফালৰ পৰা অশভদায়ত মাংগলিক যোগ হোৱাত দাম্পত্য জীৱনত কিছু সহায় দেখা দিব পাৰে।বৃষ: ৰাশিৰ ক্ষেত্ৰত ছটা গ্ৰহ থকাত প্ৰায় কৰ্মত উৎসাহ পাব। খেলা ধুলা সংগীত আদিত যোগ্যতা প্ৰকাশিত হ'ব। আৰু পৰা পক্ষত ঘৰুৱা কিছু কথা আৰু কামত সতৰ্ক হওঁক।মিথুন ৰাশি: খৰচৰ বাবে কিছু আমনি পাব পাৰে। আপোনাৰ মাতৃৰ শৰীৰৰ কিছু দুৰ্বল অবস্থা হ'ব পাৰে। আনহাতে কৰ্মাধিপতি বৃহস্পতিৰ পৰা সহাঁৰি পোৱাত কৰ্মক্ষেত্ৰত শুভ ইংগিত দেখা যায়। প্ৰেম প্ৰীতিত শুভকৰ্কট ৰাশি: ৰাজনীতিত বেয়া নহয়। বিদ্যাৰ্থীৰ প্রতিতা প্ৰকাশ। শৰীৰ প্ৰায় ভালেই। কোনো কাৰণত আস্থৰতাত ভূগিব পাবে বিভিন্ন সমস্যাই গা কৰি উঠিব পাৰে। আনহাতেসিংহ ৰাশি: আজি আপোনাৰ ৰাশিত চন্দ্ৰ ৰাশ্যাপিতি কেন্দত জন্মস্থানত গুৰু আৰু শুভদায়ক ঊভয়চনী যোগ হোৱাত দিনটো মনে দিনাতকৈ কিছু বেলেগকণ্যা ৰাশি: কলা-সংস্কৃতিৰ প্ৰতি ৰাপ বাঢ়িব। সামাজিক কামৰ মাজেদি সমাজত সমাদৰ পাব। সৃজনীমূলক কামত মনোযোগ বাঢ়িব। মেলে-মিটিঙে শুভ সংযোগ লাভ কৰিব পাৰে।তুলা ৰাশি: সূক্ষ্ম অনুভূতি থকা বাবে আনন সব দলা দোয় এটা, ভুল-ভ্রান্তি আপোনাৰ দৃষ্টিৰ পৰা সাবিনামার বাশিৰ ফালৰ পৰা মাংগলিক যোগ পৰা ত দাম্পত্য জীৱনত খুঁত খাদ দেখায়।বৃশ্চিক ৰাশি: বাশির কেন্দ্ৰত ঘটা গ্রহ, ভ্ৰাতৃ স্থানত স্বগৃহী শনি আবহ গলদায় ক্ষেত্র সিংহাসনী যোগ, উভয়চৰী যোগী আদি পক্ষায় আঙিক্ত গোটেই দিনটোরেই ভাল ধৰণে যাবAdsধনু ৰাশি: সাহিত্য-সংগীত | আদি কলাত পারদর্শিতা থাকিব শৰীৰ প্ৰায় ভালেই। ঘৰুৱা পরিবেশ যথেষ্ট উন্নত পাব। বন্ধু বান্ধব, শুভাকাংক্ষীৰ আগমন বুজায়। সংঘদোষ একাই চলক।মকৰ ৰাশি: সামাজিক মান-মর্যাদা তথ্য খ্যাতি বৃদ্ধি পার। শৰীৰ প্ৰায় ভালেই। পুৰণা ৰোগাগ্রস্তয়ো কিছু সকাহ পাব। বিদ্যার্থীয়ে অলপ যত্ন কৰিলেই সুফল দেখুৱাব পাৰিব। কর্মোন্নতিৰ যোগAdsকুম্ভ ৰাশি: আর্থিক উন্নতিৰ সুযোগ পাব পাবে স্পষ্টবাদী হিচাপে কাৰোবাক উচিত কথা ক'বলৈ অস্থত হ'ব লগা হ'ব পাৰে।মীণ ৰাশি: দাম্পত্য জীৱন বুজাবুজি মাজেৰে আওৱাব ,কোনোৱে ঋতুগত অসুখত ভুগিবও পাৰে মন উন্নত আৰু মনোবল থাকিব। মনৰ জোৰতে বহু কাম হৈ পৰিব।