আজিৰ দিনটোৰ ৰাশি ফলত আপোনাৰ কি আছে জানি লওঁক

   




আজিৰ ৰাশি ফল




মেষ ৰাশি: ধৰ্মীয় কৰ্মত মনোনিবেশ কৰি ভাল পাব। দাম্পত্য জীৱন বৰ উন্নত নহয় যদিও বুজা বুজিৰ মাজেৰে সুখী হ'ব পাৰে। শাৰীৰিক দিশত ইমান আমণি নাপাব।




বৃষ ৰাশি: বন্ধু বান্ধৱ যুক্ত পৰিবেশ ভাল পাব। আপোনাৰ পাৰিবাৰিক জীৱনত বৰ উন্নত মানৰ নহয় আজি। বিদ্যাৰ্থী একাগ্ৰতা বৃদ্ধি। ব্যৱহায় বাণিজ্যত জৰিত সকলে ভালদৰে চকু নাৰাখিলে ক্ষতি হ'ব পাৰে। প্ৰেমত জটিলতা।


মিথুন ৰাশি: সামাজিক মান মৰ্য্যদা প্ৰতিপত্তি অটুট থাকিব। নিজৰ স্বাৰ্থৰ প্ৰতি চকু নিদি আনৰ কাৰণে দেহে-কেহে খাটি ভাল পাব। বিদ্যাৰ্থীৰ একাগ্ৰতাত বাধা। শিক্ষক, অধ্যাপক তথা বুদ্ধিজীৱৰ  বাবে অনুকূল।


কৰ্কট ৰাশি: ব্যৱসায়িক বোৰ মন দি কাম কৰক লাভৰ হাত আছে। পাৰিবাৰিক জীৱন গতানুগতিক। সকলো কথাতে সৰ্বজান্তা হৈ থাকিলে অপদস্ত হ'ব পাৰে।


সিংহ ৰাশি: স্বাস্থ্য প্রায় ভালেই। ধর্মীয় অনুষ্ঠানত মনোনিবেশ কৰি ভাল পাব। ঘৰুৱা জীৱন গতানুগতিক। বিদ্যাৰ্থীৰ বহুমুখী প্রতিভা। প্রেম-প্রীতিত মধ্যম।


কণ্যা ৰাশি: বিভিন্ন সমস্যাই ব্যতিব্যস্ত কৰিলেও আপুনি মনৰ জোৰতে সেইবোৰৰ সন্মুখীন হ'ব পাৰিব। সৎ বন্ধু লাভ।


তুলা ৰাশি: স্বাস্থ্য প্রায় ভালেই। কৰ্মত উৎসাহ পাব। আর্থিক উন্নতিৰ যোগ। আপোনাৰ বাক্যবাণে যাতে আনৰ মনত আঘাত নিদিয়ে, লক্ষ্য ৰাখক।


বৃশ্চিক ৰাশি: শৰীৰ প্ৰায় ভালেই। ভ্ৰমণ হ'ব পাৰে। ফুৰা চকাত সাৱধান হ’ব। হঠাৎ শৰীৰত আঘাত পাব পাৰে। কৰ্মত দক্ষতা প্রকাশ।


Ads




ধনু ৰাশি: ব্যক্ততাৰে দিনটো পাৰ হ'ব। শৰীৰ ভালেই দেখায়। শত্ৰুৰ প্ৰভাৱ দেখায়। হিচাপতকৈ কামৰ বোজা বেছি হ'ব।।


মকৰ ৰাশি: শৰীৰ প্ৰায় ভালেই। কৃষি আদিৰ ব্যৱসায়ত প্ৰচুৰ উন্নতি। সামাজিক কামৰ মাজেদি সন্মান পাব। ঘৰুৱা পৰিৱেশ গতানুগতিক।


Ads




কুম্ভ ৰাশি: স্বাস্থ্য প্রায় ভালেই। তথাপি হঠাৎ পৰি-মেলি যাতে দুখ-চুখ পাব লগা নহয়, সতর্ক হোৱা ভাল। মেল-মোকদমাত জড়িত যদি তাৰ সুফল পার।।


মীণ ৰাশি: নতুন সা-সম্পত্তি লোৱাৰ ! পৰিকল্পনা সফল হোৱাৰ পথত। কৰ্মত সহায়-সহযোগ লাভ। আপোনাৰ কৰ্মৰ ওপৰত শত্ৰুৰ শেন চকু থাকিব। দাম্পত্য জীৱন সুখৰেই।।

Next Post Previous Post
No Comment
Add Comment
comment url