2024 ম'বাইল দ্বাৰা শ্বুটিং কৰা এখন চিনেমা এতিয়া চৰ্চাত

 ম'বাইলৰ দ্বাৰা শ্বুটিং কৰা এখন চিনেমা



      এখন পূৰ্ণ দৈৰ্ঘ্যৰ চিনেমা ম'বাইল ফ'নত শ্বুট কৰি নিৰ্মাণ কৰি উলিয়াইছে বিক্রমাদিত্য মটোৱানে। চিনেমাখনৰ নাম ‘২০২৪' । একশ্যন, থ্রিলাৰৰ সকলোবোৰ দৃশ্য শুট কৰা হৈছে ম'বাইলৰ জৰিয়তে। চিনেমাখনৰ দৈৰ্ঘ্য এঘণ্টা। চিনেমাখনৰ মুখ্য প্রযোজক হ’ল বিক্রমাদিত্য মটোবান । এখন আশ্ৰমত ডাঙৰ দীঘল হোৱা চাৰিজন বন্ধুৰ কাহিনীক লৈ নিৰ্মাণ কৰা হৈছে চিনেমাখনৰ । সংক্রামক কভিড ভাইৰাছৰ আক্ৰমণে কিদৰে তেওঁলোকৰ জীৱন যুদ্ধক সলনি কৰি পেলাইছিল সেই সংগ্ৰামৰ কাহিনীক দাঙি ধৰা হৈছে চিনেমাখনত। চিনেমাখনৰ পৰিচালনা কৰিছে ৰোহিত নায়াৰে । এই চিনেমাখনে মুক্তিলাভ কৰিছে ।।



২৩ নৱেম্বৰ তাৰিখে। মুক্তিলাভ কৰিছে ডিজনী প্লাছ হটষ্টাৰত।

Next Post Previous Post
No Comment
Add Comment
comment url