মৃত্যু! বিশ্বব্যাপী মানুহৰ মৃত্যুৰ কাৰণ কি এই সময়ত জানিবলৈ...

 

Dead Reason


ভালেমান দিনৰ গবেষণাৰ অন্তত, মার্কিন যুক্তৰাষ্ট্ৰৰ এদল গবেষক-চিকিৎসকে শেহতীয়াকৈ মানুহৰ মৃত্যু সম্পৰ্কীয় কিছুমান বিশেষ তথ্য সদৰি কৰিছে। পোন প্ৰথমে, তেখেতসকলে জানিবলৈ দিছে যে অনুন্নত আৰু উন্নত দেশসমূহৰ মানুহৰ মৃত্যুৰ হাৰৰ মাজত আকাশ-পাতাল প্রভেদ আছে। অনুন্নত দেশসমূহত সচৰাচৰ সংক্ৰামক ৰোগ অথবা কোনো কীট-পতংগই সংক্ৰমণ কৰা ৰোগৰ কবলত পৰিয়েই সৰহভাগ লোকৰ মৃত্যু ঘটে।




ads

         আনহাতে, উন্নত দেশসমূহত শৰীৰৰ মেদবহুলতা তথা অতি চহকী খাদ্য খোৱাৰ ফলতে বেছিভাগ মানুহে মৃত্যুক আঁকোৱালি লয়। দুবছৰৰ আগেয়ে যুগুত কৰা এক সমীক্ষা অনুসৰি সমগ্ৰ বিশ্বতে প্রায় 57,320,000 লোকৰ মৃত্যু ঘটিছিল। বিভিন্ন ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰা পৃথিৱীৰ লোকসকলৰ এখন তালিকা তেখেতসকলে এইদৰে যুগুতাই উলিয়াইছিল—


Ads



Next Post Previous Post
No Comment
Add Comment
comment url